জামুগুৰিহাটৰ টুপিয়া চাহ বাগিচাত শ্ৰমিকৰ ধৰ্ণা

জামুগুৰিহাটৰ টুপিয়া চাহ বাগিছাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ টুপিয়া চাহ বাগিচাত শ্ৰমিকৰ ধৰ্ণা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া চাহ বাগিছাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ৰেচনকে ধৰি প্ৰাপ্য মজুৰিৰ লগতে কেইবাটাও দাবীত বাগিচাখনৰ শ্ৰমিকসকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

Advertisment

শ্ৰমিকসকলৰ মতে- ৰেচন, নিত্য ব্যৱহাৰ্য্য সামগ্ৰী আৰু প্ৰাপ্য মজুৰি বিচাৰি বহুবাৰ টুপিয়া চাহ বাগিছাখনৰ পৰিচালকগৰাকীক আৱেদন-নিবেদন কৰা হৈছে যদিও এই বিষয়ত কাণসাৰ দিয়া নাই পৰিচালকগৰাকীয়ে ৷ যাৰ বাবে শ্ৰমিকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে, শ্ৰমিকক শীঘ্ৰে ন্যায্য প্ৰাপ্য আদায় নিদিলে পুনৰ প্ৰাপ্য আদায়ৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী শ্ৰমিকসকলে।

Also Read: মহানগৰীত নিখোজ বৰপেটাৰ কল্যাণময় গোস্বামী

GOVT OF ASSAM