জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ...
জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ... 
শোণিতপুৰ

জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ...

Asomiya Pratidin
  • জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ।

  • আজি সন্ধিয়া আৰক্ষীয়ে চলাইছিল অভিযান।

  • জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কল্পজ্যোতি বৰাৰ নেতৃত্বত চলিছিল অভিযান।

  • এখন গেলামালৰ দোকানৰ পৰা জব্দ কৰা হৈছে সুৰাখিনি।

  • আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৩০০ বটল অবৈধ সুৰা।