তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...
তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ... 
শোণিতপুৰ

তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • তেজপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

  • মহাভৈৰৱ আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী।

  • গ্ৰেপ্তাৰ ফাৰুক হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।

  • আৰক্ষীয়ে আটক কৰিছে ফাৰুকৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ যোৱা আন এজন যুৱকক।

  • আটকাধীন যুৱকজনৰ নাম দেৱজিৎ ৰয়।

  • তেজপুৰৰ গোটলং ভিতৰ সুঁতিত চলিছিল এই অভিযান।