শোণিতপুৰ

বিশ্বনাথত অঘটন : শুই থকা অৱস্থাত উদ্ধাৰ অধ্যাপকৰ মৃতদেহ

Asomiya Pratidin
  • বিশ্বনাথ জিলাৰ বিহালী অঘটন।

  • পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ কোৱাৰ্টাৰত শুই থকা অৱস্থাত উদ্ধাৰ অধ্যাপকৰ মৃতদেহ।

  • মৃত অধ্যাপকগৰাকীৰ নাম শেখৰ বৈশ্য(৪৫)।

  • তেখেত আছিল অংক বিভাগৰ অধ্যাপক।

  • দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

  • লগতে আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে।

  • মৃত্যুৰ সময়ত অধ্যাপক বৈশ্যই পত্নীসহ ৫বছৰীয়া এটি সন্তানক ইহসংসাৰত এৰি থৈ যায়।