ভাস্কৰ জ্যোতি ভূঞালৈ ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী 'অনুসন্ধানমূলক সাংবাদিকতা বঁটা'...
ভাস্কৰ জ্যোতি ভূঞালৈ ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী 'অনুসন্ধানমূলক সাংবাদিকতা বঁটা'... 
শোণিতপুৰ

ভাস্কৰ জ্যোতি ভূঞালৈ ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী 'অনুসন্ধানমূলক সাংবাদিকতা বঁটা'...

Asomiya Pratidin

ডিজিটেল সংবাদ ছয়দুৱাৰঃ ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী অসম ভিত্তিক অনুসন্ধানমূলক সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া প্ৰতিদিনৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞা। তেওঁ অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদ দাঁতা।

উল্লেখ্য, সদৌ অসম সাংবাদিক সন্থাই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। বৰপেটাৰ সৰ্থেবাৰীত অনুষ্ঠিত হ'বলগীয়া সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত তেওঁ এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।