শিৱসাগৰ

শিৱসাগৰৰ গৌৰৱ নগৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Asomiya Pratidin
  • শিৱসাগৰৰ গৌৰৱ নগৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

  • এটা ভাড়াঘৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

  • যুৱকজনক অজয় কুৰ্মী বুলি চিনাক্ত কৰা হৈছে

  • যুৱকজনক হত্যা কৰাৰ সন্দেহ

  • বাসুদেৱ কুমাৰ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল অজয়

  • স্নানাগাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।