শিৱসাগৰ

শিৱসাগৰৰ নামতিত কিশোৰীক যৌন নিৰ্যাতন, ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে

Asomiya Pratidin
  • শিৱসাগৰৰ নামতিত কিশোৰীক যৌন নিৰ্যাতন

  • নামতি চাৰিআলিৰ ব্যৱসায়ী বাবুল আলীৰ বিৰুদ্ধে অভিযোগ

  • ১৩ বছৰীয়া এগৰাকী কিশোৰীক শাৰীৰিক, মানসিক নিৰ্যাতন

  • নাজিৰা আৰক্ষী, নামতি আৰক্ষীক এজাহাৰ দাখিল পৰিয়ালৰ

  • এজাহাৰ দাখিলৰ পিছতো ব্যৱস্থা গ্রহণ কৰা নাই আৰক্ষীয়ে

  • অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে