শিৱসাগৰ

মথুৰাপুৰত চৰাইদেউ প্ৰেছ ক্লাব আৰু আছুৰ উদ্যোগত সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ প্ৰেছ ক্লাব আৰু চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে মথুৰাপুৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ৷

মথুৰাপুৰস্থিত আছু’ৰ কাৰ্যালয়ৰ প্ৰাংগণ অনুষ্ঠিত হ’বলগীয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি তেওঁৰ 'গীতে- মাতে একাজলি শ্রদ্ধাঞ্জলি' শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে। গীত-মাতে প্ৰয়াত গণশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলগীয়া অনুষ্ঠানটিত সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তায়।