চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ অভিযোগ...
চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ অভিযোগ...  
অসম

চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতী অপহৰণৰ অভিযোগ...

Asomiya Pratidin
  • এইবাৰ বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে অপহৰণৰ অভিযোগ।

  • এই অভিযোগ উত্থাপন হৈছে এ আই ইউ ডি এফৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে।

  • এগৰাকী যুৱতীক অপহৰণৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।

  • বিধায়ক আৱাসলৈ আনি যুৱতীগৰাকীক নিৰ্যাতনৰো ভয়ংকৰ অভিযোগ।

  • বিধায়ক আৱাসতেই অপহৃতা যুৱতীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ।

  • এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।

  • ৰিতুল হুছেইন নামৰ এজন যুৱকে বৰপেটাৰ পৰা অপহৰণ কৰিছিল যুৱতীগৰাকীক।

  • ড্ৰাগছ সৰবৰাহৰ সৈতেও ৰিতুল হুছেইন নামৰ যুৱকজন জড়িত থকাৰ অভিযোগ।

  • ইয়াৰ পিছত লৈ অনা হৈছিল বিধায়ক আৱাসত থকা আশ্ৰাফুল হুছেইনৰ আৱাসলৈ।

  • যোৱা ৬ ফেব্ৰুৱাৰীতেই এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ।