- বাক্সাৰ শালবাৰীত MPWSSৰ অধীনৰ চৰকাৰী পানী যোগান আঁচনিৰ নামত ভেকো-ভাওঁনা ।
- বাক্সাৰ শালবাৰীৰ আঁওহাতাবাসী ৰাইজৰ বাবে ৯ বছৰ পূৰ্বে নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ দ্বাৰা অপচয় চৰকাৰী ধন ।
- অসম চৰকাৰৰ MPWSS আঁচনিৰ অধিনত নিৰ্মাণ কৰা পানী যোগান আচনিত নোলাল এটুপিও বিশুদ্ধ পানী ।
- ২০১৩-১৪ বৰ্ষতে নিৰ্মাণ কৰা প্ৰকল্পটোৰ পৰা আজিলৈকে ৰাইজে নাপালে বিশুদ্ধ খোৱা পানী ।
- জংঘলেৰে ভৰি পৰিছে পানী যোগান প্ৰকল্প ।
- স্থানীয় ৰাইজে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।