আকৌ নতুন মোৰ ! মহাৰাষ্ট্ৰৰ ১৬ বিদ্ৰোহী বিধায়কলৈ উপাধ্যক্ষৰ কাৰণ দৰ্শোৱাৰ জাননী…

আকৌ নতুন মোৰ ! মহাৰাষ্ট্ৰৰ ১৬ বিদ্ৰোহী বিধায়কলৈ উপাধ্যক্ষৰ কাৰণ দৰ্শোৱাৰ জাননী…
  • হোটেল ৰাজনীতিৰ নতুন মোৰ।
  • বিদ্ৰোহী বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী।
  • মহাৰাষ্ট্ৰৰ বিধানসভাৰ উপাধ্যক্ষই জাৰি কৰিলে এই জাননী।
  • মুঠ ১৬জন বিদ্রোহী বিধায়কলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী।
  • তেওঁলোকৰ বিধায়ক পদ কিয় খাৰিজ কৰা নহ'ব সেই বিষয়ে উত্তৰ বিচাৰিছে উপাধ্যক্ষই।
  • সোমবাৰৰ ভিতৰত উত্তৰ দিব লাগিব ১৬ গৰাকী বিধায়কে।
  • অন্যথা এই বিধায়ক কেইজনৰ বিৰুদ্ধে গ্ৰহণ কৰিব পাৰে কঠোৰ পদক্ষেপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in