অসম

মুকালমুৱাৰ ভাংনামাৰী চৰত PMAY আঁচনিৰ নামত কেলেংকাৰী

Asomiya Pratidin
  • মুকালমুৱাৰ ভাংনামাৰী চৰত PMAY আঁচনিৰ নামত কেলেংকাৰী

  • হিতাধীকাৰীৰ পৰিৱৰ্তে মধ্যভোগীয়ে সৰকালে আঁচনিৰ ধন

  • বৰক্ষেত্রী উন্নয়ন খণ্ডৰ ৬৪নং ভাংনামাৰী গাঁও পঞ্চায়তত এই ঘটনা

  • পঞ্চায়তখনৰ সচিব ফকৰ আলী নামৰ লোকজনৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ

  • ফকৰ আলীয়ে মধ্যভোগীৰ লগ লাগি আত্মসাৎ কৰে আঁচনিৰ ধন