SARUPOTHAR ACCIDENT
SARUPOTHAR ACCIDENT 
অসম

সৰুপথাৰত পথ দুৰ্ঘটনা : থিতাতে নিহত দুজন, গুৰুতৰভাৱে আহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এখন বলেৰ' পিক আপ আৰু বাইকৰ মাজত মুখা-মুখি সংৰ্ঘষ হয়।

শোকাৱহ পথ দুৰ্ঘটনাটোত দুজন আৰোহি থিতাতে নিহত হয় আৰু এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বাতৰি সংগ্ৰহ কৰাৰ সময়ৰ লৈকে নিহত লোক দুজন চিনাক্ত হোৱা নাই।