অসম

শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা সংগীতা দত্তক গ্ৰেপ্তাৰ

Asomiya Pratidin
  •  শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা ডা: সংগীতা দত্তক গ্ৰেপ্তাৰ

  • আমচিঙৰ এটা নিকটৱৰ্তী কটেজত আশ্ৰয় লৈ আছিল সংগীতা দত্তই

  •  এডিচিপি নন্দিনী কাকতিৰ নেতৃত্বত যোৱা এটি দলে গ্ৰেপ্তাৰ কৰে সংগীতা দত্তক

  •  নিশাই পল্টনবজাৰ আৰক্ষী চকীলৈ লৈ অহা হয় চিকিৎসকগৰাকীক