অসম

চাপৰৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • চাপৰৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

  • নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা মালবাহী বলেৰ’ বাহনৰ

  • গুৰুতৰভাৱে আহত চালকসহ দুজন লোক

  • আহত আলী মহম্মদ, আবেশ আলী আৰু আসাত আলী

  • কেউজনকে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰা হয়।