অসম

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনা

Asomiya Pratidin
  • মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনা

  • ৰৈ থকা ট্রাকত খুন্দা মাৰে তীৰ্থযাত্রী কঢ়িয়াই নিয়া বাহনে

  • বাক্সাৰ পৰা ভৈৰৱ কুণ্ডলৈ গৈছিল তীৰ্থযাত্রীৰ দলটো

  • বাহনখনত আছিল ২১গৰাকী তীৰ্থযাত্রী

  • ঘন কুঁৱলীৰ বাবে সংঘটিত এই দুৰ্ঘটনা

  • গাড়ীৰ ভিতৰত আবদ্ধ কেইবাজনো যাত্রী