অসম

মঙলদৈৰ প্ৰফুল্ল নগৰত ভয়ংকৰ দুৰ্ঘটনা...

Asomiya Pratidin
  • মঙলদৈৰ প্ৰফুল্ল নগৰত শুক্ৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা

  • তীব্ৰ বেগেৰে মাটি কঢ়িয়াই থকা ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত দুজন বাইক আৰোহী ৷

  • নিহত এজন পংকজ দাস (২২ ) গেৰিমাৰী আনজন শ্ৰী নাথ (২১) বুলি জানিব পৰা গৈছে ৷

  • দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নং এ এচ ১৩ চি ৮৩৭৯ আৰু কে টি এম বাইক খনৰ নং এ এছ ০১ ই ডি ৯১৮০ ৷

  • উল্লেখযোগ্য যে উক্ত অঞ্চলটোত দীৰ্ঘদিনৰ পৰা মাটি কঢ়িওৱা ট্ৰাক, ড্ৰাম্পাৰৰ দৌৰাত্মা চলি আছে।