অসম

কাজিৰঙাত পথ দুৰ্ঘটনা,এজনৰ মৃত্যু

Asomiya Pratidin
  • সৰস্বতী পূজা আৰু গণৰাজ্য দিৱসৰ উছাহৰ মাজতে কাজিৰঙাত পথ দুৰ্ঘটনা ৷

  • কাজিৰঙাৰ বাগৰীত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় এজন পথছাৰীক

  • দুৰ্ঘটনা হোৱা লোকজনৰ নাম বাগৰীৰ গণেছ বাহাদুৰ ছেত্ৰী ওৰফে কাঞ্চা(৫০)

  • সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷