অসম

কাছাৰৰ উদাৰবন্দৰ পাঁচ মাইলত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • কাছাৰৰ উদাৰবন্দৰ পাঁচ মাইলত পথ দুৰ্ঘটনা

  • দ্রুতবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন যুৱক

  • নিহত যুৱকজনৰ নাম ছুহেল আহমদ

  • যুৱকজনে নিজৰ ছুইফট বাহনৰে ঘৰলৈ হৈ থকা অৱস্থাত এই দুৰ্ঘটনা

  • দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজৰ অগ্নিসংযোগ ডাম্পাৰখনত

  • আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ

  • উদাৰবন্দৰ সক্রিয় বিজেপি কৰ্মী আছিল নিহত ছুহেল আহমদ