অসম

চতিয়াত পথ দুৰ্ঘটনাঃ দুখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

Asomiya Pratidin
  • চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় পথ দুৰ্ঘটনা

  • চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ সমীপত দুখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

  • থিতাতে নিহত হয় লঘু মালবাহী (AS01HC8818) বাহনৰ চালকজন

  • চালকজন সম্পূৰ্ণৰূপে বাহনখনৰ চেপাত ৷ এই মুহূৰ্তলৈকে চালকজন চিনাক্ত হোৱা নাই

  • চতিয়া আৰক্ষীৰ সহযোগত আৰু স্থানীয় ৰাইজৰ চালকজনক উলিয়াবলৈ চেষ্টা অব্যাহত।