অসম

বোকাখাতত পথ দুৰ্ঘটনা : থিতাতে নিহত এজন...

Asomiya Pratidin
  • বোকাখাতৰ ইণ্ডিয়ান অইলৰ সমীপত সোমবাৰে নিশা পথ দুৰ্ঘটনা ৷

  • চুইফট গাড়ীৰ খুন্দাত থিতাতে নিহত এজন।

  • থিতাতে নিহত লোকজন বোকাখাত ম'হমাইকী গাঁৱৰ তপন তামুলী ৷

  • দুৰ্ঘটনা সংঘটিত কৰা চুইফট খনৰ নম্বৰ AS 05 G 2552

  • দুৰ্ঘটনা সংঘটিত কৰা চুইফট খন নিশাই জব্দ কৰে বোকাখাত যানবাহন আৰক্ষীয়ে