প্ৰতীকি ফটো
প্ৰতীকি ফটো 
অসম

আমগুৰিত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • শিৱসাগৰ জিলাৰ আমগুৰিত পথ দুৰ্ঘটনা

  • ৬১ নং ৰাষ্ট্রীয় ঘাইপথৰ বৃন্দাবন চাৰিআলিৰ সমীপত এই দুৰ্ঘটনা

  • ৰখাই থোৱা এখন ডাম্পাৰত খুন্দা তীব্র বেগী বাইকৰ

  • দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী মহব্বত আলী।