অসম

ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • ওৰাঙৰ নিকটৱৰ্তী যোৰাদিয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

  • দ্ৰুতবেগী As 12 Ac 2852 নম্বৰৰ আলট্ৰা বাছে মহতিয়াই নিয়ে এজন লোকক

  • থিতাতে নিহত কাচেম আলী নামৰ লোকজন

  • কাচেম আলীৰ বয়স আনুমানিক ৬০ বছৰ

  • পেছাত এজন চানা বিক্ৰী কৰি খোৱা লোক আছিল

  • মৃত কাচেম আলীৰ ঘৰ ময়লাআলিত বুলি জানিবপৰা গৈছে।