- ডিব্রুগড়ৰ মৰাণত পথ দুৰ্ঘটনা।
- মৰাণৰ নতুন নগৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।
- তেল টেংকাৰ, ইণ্ডিকা বাহন আৰু বাইকৰ মাজত সংঘৰ্ষ।
- দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
- গুৰুতৰভাৱে আহত বাইক আৰোহী বিনয় ফুকন।
- বিনয় ফুকন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।