অসম

বৰঘাট বাইপাছত পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • বুধবাৰে নিশা বৰঘাট বাইপাছত সংঘটিত হৈছে পথ দুৰ্ঘটনা।

  • নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে বাগৰি পৰে এএছ০৬এ জে ৫২৩৩ নম্বৰৰ কিয়া কাৰেন্ট বাহনখন।

  • দুৰ্ঘটনাটোত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ আছিল দুজন যুৱক।

  • গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাতে সংঘটিত হয়  এই দুৰ্ঘটনাটো ।

  • দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা প্ৰত্যক্ষদৰ্শীয়ে যুৱক দুজনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।