অসম

গঁড়ৰ চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক : এজনক আটক

Asomiya Pratidin
  • টীয়কৰ জাঁজীমুখৰ হাতীশালৰ পৰা এজনক আটক

  • গঁড়ৰ চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আটক

  • ব্যক্তিজনৰ নাম সুভাষ চৌধুৰী

  • বোকাখাতত আটক কৰা এটা চোৰাং চিকাৰীৰ ফোনকলৰ ভিত্তিত আটক

  • টীয়ক আৰক্ষীৰ পৰা বোকাখাত আৰক্ষীয়ে জিম্মাত লৈছে লোকজনক।