প্ৰতীকি ফটো
প্ৰতীকি ফটো 
অসম

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত দুই বনকৰ্মী

Asomiya Pratidin
  • কাজিৰঙাৰ বাগৰী বনাঞ্চলত গঁড়ৰ আক্ৰমণ।

  • গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই বনকৰ্মী।

  • বৰাকটা বন শিবিৰৰ সমীপত গঁড়ে অতৰ্কিতে আক্ৰমণ কৰে বনকৰ্মী দুজনক।

  • দেওবাৰে সংঘটিত এই ঘটনা।

  • আহত বনকৰ্মী দুজন তনুজ বৰা আৰু জয়ন্ত হাজৰিকা।

  • আহত দুয়োকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।