অসম

লামডিঙত ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ অৰ্ধশতাধিক কাছ

Asomiya Pratidin
  • লামডিং ৰে’ল ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীৰ অভিযান।

  • অভিযানত কাঞ্চনজংঘা ৰে’লৰ পৰা জব্দ কেইবাটাও কাছ।

  • শিলচৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল কাছকেইটা।

  • তিনিটা বেগৰ পৰা জব্দ ৭৪টা কাছ।

  • কাছসহ আটক দুজন মিজো যুৱকক।

  • ধৃত যুৱকদ্বয় লালচুৱানলিনা আৰু লিয়ানচেন্সপুইৱা।

  • লামডিং বন বিভাগক চমজাই দিয়ে জব্দকৃত কাছকেইটা।