অসম

বালিপৰাত ভয়ংকৰ অগ্নিকাণ্ড : বাহনসহ কেইবালাখ টকাৰ সা সম্পত্তি নষ্ট

Asomiya Pratidin
  • শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ অগ্নিকাণ্ড

  • মাজনিশা সংঘটিত হৈছে এই ঘটনা

  • বালিপৰাৰ গাড়ীৰ গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত

  • জুইৰ লেলিহান শিখাই আৱৰি ধৰে কেইবাটাও গাড়ীৰ গেৰেজ

  • জানিব পৰা মতে জুইত জাহ গৈছে কেইবাখনো বাহন

  • কেইবালাখ টকাৰ সা সম্পত্তি নষ্ট হৈছে এই অগ্নিকাণ্ডত

  • বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ ৷