ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী বিষয়াক পদোন্নতি কৰা হয় ।
নতুন দিল্লীত ডেপুটেশ্যনত থকা ড০ ভি শিৱ প্রসাদ গাঞ্জালাক পদোন্নতি। IGPলৈ পদোন্নতি ড০ গাঞ্জালাক।
তদাৰকী শাখাৰ DIG দেৱজ্যোতি মুখাৰ্জীক IGPলৈ পদোন্নতি।
IPS জিৎমল দলেক IGPলৈ পদোন্নতি।
DIG সত্যৰাজ হাজৰিকাক IGPলৈ পদোন্নতি।
ৰে’লৱে শাখাৰ DIG আবু ছফিয়ানক IGPলৈ পদোন্নতি।
ইণ্টেলিজেন্স ব্যুৰ উপ-সঞ্চালক প্রীতম পাল সিঙৰ পদোন্নতি।
IGPলৈ পদোন্নতি প্রীতম পাল সিঙক।
IPS অমনজিৎ কৌৰক DIGলৈ পদোন্নতি।
মুখ্যমন্ত্রী তদাৰকাৰী শাখাৰ SP নিম্বলকাৰ বৈভৱ চন্দ্রকান্তৰ পদোন্নতি। IGPলৈ পদোন্নতি বিষয়াগৰাকীক।
4th APBnৰ কামাণ্ডেণ্ট শিলাদিত্য চেতিয়াক DIGলৈ পদোন্নতি।
SP ৰত্না সিঙক DIGলৈ পদোন্নতি।
NIAৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ পদোন্নতি।
IPSৰ Selection Gradeলৈ পদোন্নতি ৰাকেশ ৰৌশনক।
আৰু পঢ়ক: মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?