অসম

অসমৰ ভূমিত পদাৰ্পণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Asomiya Pratidin
  • কিছুসময় পূৰ্বে অসমৰ ভূমিত পদাৰ্পণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

  • তেজপুৰৰ শালনিবাৰী বিমানকোঠত অৱতৰণ মোডীৰ।

  • তেজপুৰৰ পৰা পোনে পোনে কাজিৰঙালৈ যাত্ৰা।

  • দুদিনীয়া ভ্ৰমণসূচীৰে আহিছে প্ৰধানমন্ত্ৰীগৰাকী।

  • প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিথিশালাত থাকিব নৰেন্দ্ৰ মোডী।

  • যোৰহাটৰ হোলোংপাৰত উন্মোচন কৰিব সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি।