অসম

হাতীগাঁও আৰক্ষীৰ জালত ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া

Asomiya Pratidin
  • হাতীগাঁও আৰক্ষীৰ জালত ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া

  • আৰক্ষীয়ে আটক কৰে ৩ যুৱকসহ দুগৰাকী যুৱতী

  • জানিব পৰা মতে এগৰাকী যুৱতীয়ে নিজকে বিজেপিৰ নেত্রী বুলিও পৰিচয় দিয়ে

  • আটক কৰা কেইজনৰ নাম হৈছে চুমিমণি দাস, জুৰিমণি দাস, ভাৰ্গৱ মালাকৰ

  • ধৃত আন দুগৰাকী ৰাহুল পাটগিৰি আৰু উজ্জ্বল বিকাশ কলিতা।