অসম

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত শিৱসাগৰৰ ছাত্ৰ নগাওঁ আৰক্ষীৰ জিম্মালৈ..

Asomiya Pratidin

ডিজিটেল ডেস্ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান-

•শিৱসাগৰৰ দুই ছাত্ৰ নগাঁও আৰক্ষীৰ জিম্মাত

•দুই ছাত্ৰক লৈ ৰাওনা হৈছে নগাঁও আৰক্ষী

•গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা ছাত্র দুজনৰ

•বাকী ছয় ছাত্ৰ-ছাত্ৰীক সাক্ষী হিচাপে ৰাখি ঘৰলৈ যোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে