- শিৱসাগৰ দিখৌমুখত বনৰীয়া হাতীৰ তাণ্ডৱ।
- বনৰীয়া হাতীৰ আক্রমণত নিহত এজন।
- দিখৌমুখ ব্রহ্মপুত্রৰ মাজৰ বগৰী চাপৰিত এই ঘটনা।
- মৃত ব্যক্তিজন দিখৌমুখৰ দেওঘৰীয়াৰ সঞ্জীৱ কলিতা।
- তিনিদিন ধৰি সন্ধানহীন হৈ আছিল সঞ্জীৱ কলিতা।
- ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।