'কাব্যঋষি'ক মৃত্যুৰ পূৰ্বেই নমস্কাৰ জনাই গ'ল অভিন্ন হৃদয়ৰ ভাতৃ শিৱনাথ বৰ্মনে
'কাব্যঋষি'ক মৃত্যুৰ পূৰ্বেই নমস্কাৰ জনাই গ'ল অভিন্ন হৃদয়ৰ ভাতৃ শিৱনাথ বৰ্মনে  
অসম

'কাব্যঋষি'ক মৃত্যুৰ পূৰ্বেই নমস্কাৰ জনাই গ'ল অভিন্ন হৃদয়ৰ ভাতৃ শিৱনাথ বৰ্মনে

Asomiya Pratidin

কেইদিনমানৰ পূৰ্বে ধৰাৰ পৰা মেলানি মাগিছিল অসমৰ বৌদ্ধিক জগতৰ আন এক নক্ষত্ৰ। বিদায়ৰ পূৰ্বে 'চিৰজ্যোতিস্মান সূৰ্য', 'কাব্যঋষি' নীলমণি ফুকনৰ অগ্ৰগামী যাত্ৰাক প্ৰণিপাত জনাই তেওঁ এদিন লিখিছিল 'নীলমণি নমস্কাৰম'। আজি কাব্যঋষিগৰাকীৰ মৃত্যুৰ পিছৰে পৰা সৰ্বত্ৰে আকৌ এবাৰ চৰ্চালৈ আহিছে 'নীলমণি নমস্কাৰম'। অসমীয়া প্ৰতিদিন ডিজিটেলেও অসমৰ জনতাৰ বাবে আকৌ এবাৰ আগবঢ়াইছে ড০ শিৱনাথ বৰ্মনে সংস্কৃতিত লিখা সেই বন্দনা।

ড০ শিৱনাথ বৰ্মন

সুধানিস্যন্দিনী তৱ ললিত লেখনী।

প্ৰৱাহিতা শৈলাৎ য়েন তন্বী তটিনী।।

চৰতি চাৰুতা তৱ ৰচনাকলাপে।

ক্ষৰতি ক্ষীৰং তৱ মধুৰ আলাপ।।

তৱ ভৱ সমুদ্ৰে ৱিদ্যাৱহিত্ৰম্।

তৱ মনোজগতে ৱসুধামিত্ৰম্।।

অশনে ৱসনে তু মুনিৱৰমূৰ্তি।

কাব্য ভজনে তৱ মনোহৰমূৰ্তি।।

বিচিত্ৰময়ং তৱ কৱিতাকৌমুদী।

অভিৰাম ৰূপেন দীপ্যতে হৃদি।

কবিতা ভাস্কৰ্য চিত্ৰ জীৱনং তৱ।

সৰস্বতীচৈত্যে ঋত্বিক ভৱ।।

সৰ্বপ্ৰীতি পাত্ৰ হৈ নীলমণি।

কাব্যগগনস্য তু দিনমণি।।

চিৰ উজ্জয়তু তৱ বিজয় জয়ন্তী।

শুভাকাংক্ষিনান্তেইদমিচ্ছন্তি।