- বাইহাটা চাৰিআলিত অঘটন।
- বানত মাছ মাৰিব যাওতেই উটি গ'ল মাছমৰীয়া।
- বাঢ়নী পানীত বহু দূৰ উটি যায় লোকজন।
- অৱশ্যে সৌভাগ্যৱান লোকজনক উদ্ধাৰ কৰে এন ডি আৰ এফ বাহিনীয়ে।
- বানত ডুবিব ধৰাৰ সময়তে লোকজনক উদ্ধাৰ কৰে এন ডি আৰ এফে।
- বাইহাটা চাৰিআলিৰ পশ্চিম ইছলামপুৰত সংঘটিত হৈছে এই ঘটনা।
- বানত উটি যোৱা এই লোকজনৰ নাম ফিৰোজ আলী।