অগ্রিম আৱাসত অঘটন : সপ্তম মহলাৰ পৰা পৰিল শ্ৰমিক…

অগ্রিম আৱাসত অঘটন : সপ্তম মহলাৰ পৰা পৰিল শ্ৰমিক…
  • বঙাইগাঁও জিলাৰ অগ্রিম আৱাসত অঘটন।
  • সপ্তম মহলাৰ পৰা পৰিল এজন শ্রমিক।
  • শ্রমিকজনক সংকটজনক অৱস্থাত ভৰ্তি বঙাইগাঁৱৰ লৱাৰ অসম হাস্পতালত।
  • নিৰ্মাণস্থলীত কোনোধৰণৰ সুৰক্ষা নথকাৰ অভিযোগ।
  • ঘটনাস্থলীত উপস্থিত উত্তৰ বঙাইগাঁৱৰ আৰক্ষী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in