অসম

দুই শতাধিক মহিলাৰ চতিয়া থানা ঘেৰাও

Asomiya Pratidin
  • নাগশংকৰৰ দুই শতাধিক মহিলাৰ চতিয়া থানা ঘেৰাও

  • “নয়নমনিক গ্ৰেপ্তাৰ কৰক” “ৰ’দালি শইকীয়াক ন্যায় দিয়ক” আদি শ্ল’গানৰে কপাই তুলিলে চতিয়া থানাৰ চৌহদ

  • চতিয়া আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰ’দালি শইকীয়াৰ দৰা নয়নমনিৰ

  • সোমবাৰে বিয়লিৰ পৰাই সন্ধানহীন হৈ আছে নয়নমনি

  • মঙলবাৰৰ দিনটোতে আছিল ৰ’দালি আৰু নয়নমনিৰ বিবাহৰ জোৰন

  • আৰক্ষীক ক্ষিপ্ৰতাৰে তদন্তৰ দাবী প্ৰতিবাদী মহিলাৰ ৷