নলবাৰী

নলবাৰীলৈ লৈ যোৱা হ'ল বহু বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক...

Asomiya Pratidin
  • নলবাৰীলৈ লৈ যোৱা হ'ল বহু বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক ।

  • নলবাৰী সদৰ আৰক্ষী থানাত বৰ্তমানে ৰখা হৈছে বিমান ৰয়ক ।

  • গুৱাহাটীৰ পৰা পোনে পোনে অনা হৈছে নলবাৰীলৈ ।

  • অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰ্মল বিশ্বাসৰ নেতৃত্বত নিয়া হৈছে নলবাৰীলৈ ।

  • ৯ দিনৰ অন্তত বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰিল বিমান ৰয় ।