অসম

ক্রাইম ব্রাঞ্চত জেৰাৰ সন্মুখীন নগাঁৱৰ এ ডি চি লক্ষ্যজ্যোতি দাস

Asomiya Pratidin
  • ক্রাইম ব্রাঞ্চত জেৰাৰ সন্মুখীন নগাঁৱৰ ADC লক্ষ্যজ্যোতি দাস

  • লগতে জেৰা চলোৱা হৈছে স্বাস্থ্য শিক্ষা বিভাগৰ উপ সচিব লক্ষ্যজ্যোতি দুৱৰীয়াক

  • ভূমিৰ নথি কেলেংকাৰী সন্দৰ্ভত দুয়োজনকে জেৰা

  • দুয়ো পূৰ্বে চক্র বিষয়া হিচাপে আছিল দিছপুৰ ৰাজহ চক্র কাৰ্যালয়ত

  • তেতিয়াই সংঘটিত কৰিছিল ভূমিৰ নথি কেলেংকাৰী

  • জেৰাৰ অন্তত গ্রেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা।