নগাঁও

জুৰীয়াৰ বালিজানত ভয়ংকৰ ডকাইতি

Asomiya Pratidin
  • জুৰীয়াৰ বালিজানত ভয়ংকৰ ডকাইতি

  • চাৰিজনীয়া দুৰ্বৃত্তৰ দলৰ আক্রমণত আহত এজন

  • আহত লোকজনৰ নাম ছাইফুল ইছলাম

  • বাটেৰে গৈ থাকোতে দুৰ্বৃত্তৰ দলে আগচি ধৰি আক্রমণ কৰে

  • লোকজনৰ পৰা কাঢ়ি নিয়ে বাইক আৰু নগদ ধন

  • ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।