নগাঁও

ৰহাৰ খাইগড়ত ৰে’লৰ খুন্দাত নিহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : ৰহাৰ খাইগড়ত অঘটন

•কলংপাৰ এক্সপ্রেছৰ চেপাত নিহত এজন লোক

•নিহত লোকজন পশ্চিম দীঘলদৰিৰ নগেন শৰ্মা বুলি চিনাক্ত

•ৰে’লপথ পাৰ হ’বলৈ লোৱাৰ সময়তে ৰে’লখনৰ খুন্দা লোকজনক