নগাঁও

নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন নিহত

Asomiya Pratidin
  • নগাঁৱৰ কঠিয়াতলী লুংপুঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • তীব্ৰ বেগী বাহনে মহতিয়াই নিলে পথচাৰীক ৷

  • থিতাতে নিহত পথচাৰীজন ৷

  • ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা ৷

  • ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ ৷

  • এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷