নগাঁও

বটদ্ৰৱা নৰোৱা সত্ৰৰ আইমাতৃ শান্তি গোস্বামীৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা নৰোৱা সত্ৰৰ আইমাতৄ শান্তি গোস্বামীৰ বিয়োগ। বাৰ্ধক্যজনিত কাৰণত ৮৮ বছৰ বয়সত নিজ বাসগৃহত বিয়োগ আইমাতৄৰ। শান্তি গোস্বামী বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ মাতৃ তথা প্ৰয়াত সত্ৰাধিকাৰ তথা বিশিষ্ট শিল্পী পূৰ্ণ চন্দ্ৰ দেৱ গোস্বামীৰ ভাৰ্য্যা আছিল। আইমাতৄ গৰাকীৰ বিয়োগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ গভীৰ শোক প্ৰকাশ।