অসম

দুলীয়াজানত ৰাজপথতে জ্বলিল চলন্ত বাহন

Asomiya Pratidin
  • দুলীয়াজানত ভয়ংকৰ ঘটনা।

  • ৰাজপথতে দাউ দাউকৈ জ্বলিল চলন্ত বাহন।

  • কথমপি প্রাণ ৰক্ষা বাহনখনত থকা দুজন আৰোহীৰ।

  • স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ দুয়োজন।

  • বাহনখনৰ গৰাকীৰ নাম দুলু প্রসাদ দাস।

  • অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন।