অসম

মঙলদৈ নৈত পৰি সন্ধানহীন মহিলা

Asomiya Pratidin
  • মঙলদৈ নৈত পৰি সন্ধানহীন এগৰাকী মহিলা

  • বৰঝাৰত হৈছে সংঘটিত এই ঘটনা

  • সন্ধানহীন মহিলাগৰাকী কছাৰীগাঁৱৰ

  • আত্মীয়ৰ ঘৰলৈ যাবলৈ আহি নৈ পাৰ হৈছিল মহিলাগৰাকীয়ে

  • মহিলাগৰাকীৰ সন্ধানত SDRF, স্থানীয় লোকৰ অভিযান।