সাবিনুৰ খাতুন
সাবিনুৰ খাতুন 
অসম

শ্বিলঙত সন্ধানহীন অসমৰ ছাত্ৰী

Asomiya Pratidin
  • মেঘালয়ৰ শ্বিলঙত সন্ধানহীন অসমৰ কিশোৰী ছাত্ৰী

  • ছাত্ৰীগৰাকীৰ নাম সাবিনুৰ খাতুন

  • ছাত্ৰীগৰাকী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল

  • খাতুনৰ ঘৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ এলেকাত

  • জানিব পৰা মতে তেওঁৰ মাতৃ কৰ্মসূত্ৰে শ্বিলঙত থাকে

  • পৰীক্ষাৰ পাছত তেওঁ মাতৃৰ ওচৰত গৈছিল

  • ইয়াৰ পাছৰে পৰা হঠাৎ সন্ধানহীন হৈ পৰে ছাত্ৰী সাবিনুৰ খাতুন

  • ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শ্বিলং আৰক্ষীক অৱগত কৰে।