অসম

চাবুৱাৰ বাইপাচত বলেৰ' বাহনত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin
  • বলেৰ' বাহনত ভয়ংকৰ অগ্নিকাণ্ড

  • চাবুৱাৰ বাইপাচত সংঘটিত হৈছে এই ঘটনা

  • অগ্নিদগ্ধ হোৱা বাহনখনৰ নম্বৰ AR 01 P 6236

  • কথমপি প্ৰাণ ৰক্ষা চালকসহ যাত্ৰীৰ

  • অৱশ্যে এই মূহুৰ্তত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই

  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হয় যদিও বাহনখন সম্পূৰ্ণ ৰূপে জুইত জ্বলি যায়।