অসম

ৰাজপথতে জ্বলি উঠিল চলন্ত বাহন

Asomiya Pratidin
  • শোণিতপুৰৰ বৈঠাভঙ্গাত ভয়ঙ্কৰ ঘটনা

  • ৰাজপথতে জ্বলি উঠিল চলন্ত বাহন

  • As 12-7330 নম্বৰৰ মাৰুতি কাৰখন চলি থকা অৱস্থাতে হঠাতে জ্বলি উঠে

  • কঠমপি প্ৰাণ ৰক্ষা বাহনখনত থকা আৰোহী আৰু এটি শিশুৰ।