dibrugarh firing
dibrugarh firing 
অসম

মঙ্গলদৈত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্ক: মঙ্গলদৈত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা--

-মঙ্গলদৈ প্ৰফুল্ল নগৰৰ প্ৰনৱ দাসৰ ঘৰত অগ্নিকাণ্ড

-অগ্নিকাণ্ডৰ ফলত এখন স্কুটি সম্পূৰ্ণ ৰূপে ভস্মীভূত

-গোহালিত বান্ধি থোৱা গৰু বচাবলৈ গৈ আহত হয় প্ৰণৱ দাসৰ পত্নী দীপা দাস

-অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপৰতাৰ বাবে ঘন জনবসতিপূৰ্ণ প্ৰফুল্ল নগৰ অঞ্চলটো ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে